মৰমৰ আইতা

A letter to my Grandma.. মৰমৰ আইতা, ভালে আছনে? বাৰিষাৰ বৰষুণে এইবাৰো চোতাল বুৰালে নেকি অ’..? আজি কিছু দিনৰ পৰা তোলৈ বৰকৈ মনত পৰি আছে। হয়তো, আমাৰ চুবুৰিৰ মুনমিৰ ঘৰলৈ তাইৰ আইতাকক অহা দেখি…। কালি পুৰণি বাকচবোৰ আমি আকৌ উলিয়াই মেলি ঠিক-ঠাক কৰিলো। তই দিয়া আটাইকেইখন বোৱা চাদৰ এতিয়াও আগৰContinue Reading